এন ফ্রাঙ্কর ডায়েরী | N. Frankar Dairy

বই থেকে নমুনা পাঠ্য (মেশিন অনুবাদিত)

(Click to expand)
*১৮ অতি সুন্দৰভারে ডায়েবীখনত ফুটি উঠিছে। ছুটা পৰিয়ালৰ মাজৰ মৰম-চেনেহ, ছন্্ব-খবিয়াল, সুখ-দুখ আদিৰ বিরবণে! অতি সূঙ্ষাতারে ডায়েবীখনত প্রকাশ পাইছে। বালিক| এনে নিজৰ ডায়েবীত সেই সময়ৰ ৰাজনৈতিক আৰু সামবিক ঘটনাসমূহ সুন্দৰতারে নিজৰ দৃষ্টি 'তঙ্গীৰে বিশ্লেষণ কৰিছে। হিটলাৰৰ নাজী পার্টিৰ নিষ্ঠূৰতা আৰু বর্ববতাব বিরবণৰ লগতে এমব কোমল. মনত এইবিলাক ঘটদাৰ প্রতিক্রিয়াও ডায়েবীত লিপিবদ্ধ sai আছে। ইং ১৯৪৪ চনৰ ৪ আগফটৰ fea পুরা ১* বজাত গেষ্টাপো far এন্ইতক গুণ্ডগৃহত আরিফ্কাৰ কৰে আৰু তাত থকা আটাই- কেইজন ইহুদীক ধৰি লৈ যায়। তাৰ পিছৰ ৬ মাহৰ ইতিহাল অমানুষিক নাজী অত্যাচাৰৰ ইতিহাস। প্রথমতে তেওুঁলোকক “ওরেস্টাৰবোর্ক” ( Westerbork ) বন্দীশিবিৰলৈ লৈ যোরা হয়। তাত কেইসগ্ডাহমান বখাৰ পিছত কুখ্যাত “অউস্উইচ” ( Auschwitz ) শিবিৰলৈ fax হয়। অউস্উইচ cottaty পিছত এনে দেউতাকক আৰু লগ নাপালে। মাক আৰু ছোরালী feats দেউতাকবৰপৰ৷ চিৰদিনৰ কাৰণে বেলেগ কৰা Va তাত কেইদিনমান থকাৰ পিছত এন্‌ আৰু বায়েক মার্গটক মাকৰপৰা আতবাই রেলচন শিবিৰলৈ নিয় হয়। তাতেই মার্গট আৰু এন্ৰ মৃত্যু হয়। বন্দী শিবিৰত এন্ৰ লগত একেলগে থকা শ্রীমতী ডি. উইক (Mrs. 72. Wick oq এন্ব বিষয়ে কৈছে যে শেষলৈকে ছোরালীজনীৰ যুখৰ হাঁহি মাৰ cater নাছিল।” সকলো পৰিস্থিতিতে তাই আশ! আৰু সাম্বনাৰ প্রতিমূত্ি আছিল); মানুহৰ লততাৰ ওপৰত এন্ৰ অপৰিসীম বিশ্বাস আছিল। সেয়েহে এনে ডায়েবীত এঠাইত লিখিছে, “I still believe that people are really good.” oe ইচ্ছা আছিল বিখ্যাত, লিখিক৷ হোরাৰ ৷ sate পাছতো যেন মানুহে Ss পাহৰি নাযায়। ডায়েবীৰ ay এঠাইত লিখছে, “I want to go on living after death.” OT ইচ্ছা -on aa | এন্‌ অমৰ হ'ল। অমৰ হ'ল বুলিলে হয়তো সম্পূর্ণ কোরা FET এন্‌ নিপীড়িত মানরতাৰ প্রতীক হ'ল। শত শত কবিৰ করিত.



Leave a Comment