বইয়ের লেখক
বইয়ের আকার
2 MB
মোট পৃষ্ঠা
60
ধরণ
For Complaints/Suggesstions related to this material, please clickHere
বই থেকে নমুনা পাঠ্য (মেশিন অনুবাদিত)
(Click to expand)[ ১২ J অপাদান-কাৰক | যাৰ বা য'বৰ পৰা যোবা BH. লোবা যায়,
নাইবা ভয় পোর্ব! হয়, তাক অপাদান-কাৰ্ক
বোলে । অপাদানকাৰকত পবা শব্দ কেতিয়া 7
হস্তে শব্দ যোগ হয়। যেনে ; হাতৰ পৰা! কাপটো
fay | মিনাইয়ে Wie পৰা ওলাই Va! গছৰ
পৰা ফুল আনির্লৌ 1 ন”ইৰ পৰা পানী আন গই |
বতাহ্ব পৰাহে ভয় খালো। BF হস্তে ফল
পৰে ইত্যাদি | অধিকৰণ | fa ক্রিয়াব আধাৰ হয়, তাক অধিকবণকাৰবক
বোলে । অধিকৰণকাবকত ©, তে, আরু এ
যোগ হয় । যথা ; পথাৰত ধান হইছে। WS
ফুল ফুলিছে। ye ল'ৰাই ধেমালিতহে বঙ্গ
পায়। বাটতে দেখিলে । আদিতে ফেইটিমান
উপদেশ fre, তাতে ৰামে উত্তৰ দিলে, অধ্যা-
পকৰ ঘাটে পানী আনিবলৈ যাম। ইয়াত বাজে সম্বন্ধ, সম্বোধন, হেতুবাচক
আদি কবি কেতবিলাক পদ আছে, কিন্তু সেই
CIS কাৰক নোবোলে।