অসমীয়া ল'রার ব্যাকরণ [সংস্করণ-২০] | Asomiya Lorar Byakaran [Ed. 20]

বই থেকে নমুনা পাঠ্য (মেশিন অনুবাদিত)

(Click to expand)
[ ১২ J অপাদান-কাৰক | যাৰ বা য'বৰ পৰা যোবা BH. লোবা যায়, নাইবা ভয় পোর্ব! হয়, তাক অপাদান-কাৰ্ক বোলে । অপাদানকাৰকত পবা শব্দ কেতিয়া 7 হস্তে শব্দ যোগ হয়। যেনে ; হাতৰ পৰা! কাপটো fay | মিনাইয়ে Wie পৰা ওলাই Va! গছৰ পৰা ফুল আনির্লৌ 1 ন”ইৰ পৰা পানী আন গই | বতাহ্ব পৰাহে ভয় খালো। BF হস্তে ফল পৰে ইত্যাদি | অধিকৰণ | fa ক্রিয়াব আধাৰ হয়, তাক অধিকবণকাৰবক বোলে । অধিকৰণকাবকত ©, তে, আরু এ যোগ হয় । যথা ; পথাৰত ধান হইছে। WS ফুল ফুলিছে। ye ল'ৰাই ধেমালিতহে বঙ্গ পায়। বাটতে দেখিলে । আদিতে ফেইটিমান উপদেশ fre, তাতে ৰামে উত্তৰ দিলে, অধ্যা- পকৰ ঘাটে পানী আনিবলৈ যাম। ইয়াত বাজে সম্বন্ধ, সম্বোধন, হেতুবাচক আদি কবি কেতবিলাক পদ আছে, কিন্তু সেই CIS কাৰক নোবোলে।



Leave a Comment